গণৰাজ্য দিৱসত ৰাজ্যৰ কোন কোন আৰক্ষী বিষয়া-জোৱানে লাভ কৰিব সন্মান…

গণৰাজ্য দিৱসত ৰাজ্যৰ কোন কোন আৰক্ষী বিষয়া-জোৱানে লাভ কৰিব  সন্মান…
  • গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰক্ষী বিষয়াক।
  • নিজ কৰ্মক্ষেত্ৰত প্ৰদৰ্শন কৰা নিষ্ঠাৰ বাবে ৰাজ্যৰ কেইবাজনো আৰক্ষী বিষয়ালৈ এই বিশেষ সন্মান।
  • তাৰ ভিতৰত আই পি এছ বিষয়া নিতুল গগৈ, ডিআইজিক প্ৰদান কৰা হ'ব এই সন্মান।
  • উৎকৃষ্ট নিদৰ্শন আৰু সাহসীকতাৰ বাবে এই সন্মান প্ৰদান কৰা হ'ব আৰক্ষী বিষয়া কেইজনক।
  • গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা আগবঢ়াবলগীয়া এই তালিকাত ভাৰতৰ মুঠ ১০৪০ জন আৰক্ষী বিষয়াৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
  • ৰাষ্ট্ৰপতি পুৰস্কাৰ আৰু আনবোৰ পুৰস্কাৰ লাভ কৰিব লগা কেইটাজনমান উল্লেখযোগ্য বিষয়া-জোৱানৰ নাম ক্ৰমে-
  • নিতুল গগৈ (আই পি এছ), ডিআইজি (এমচিপি),গুৱাহাটী।– ৰাষ্ট্ৰপতি পুৰস্কাৰ
  • অনুৰাগ আগৰৱাল (আই পি এছ), আই জি পি (বিটিএডি), কোকৰাঝাৰ।
  • ইন্সপেক্টৰ অশোক কুমাৰ দত্ত (ইউ বি), পুলিচ কমিছনাৰেট, গুৱাহাটী।
  • এ এছ আই (চিএলকে) পৰেশ সাহু, ১৯ এপি (আই আৰ) বেটেলিয়ন, টেঙাখাত, ডিব্ৰুগড়।
  • বিপিন চন্দ্ৰ গগৈ (এইচএভি), ফাৰ্ষ্ট এপিবিএন, লিগিৰিপুখুৰী, নাজিৰা।
  • নায়ক গণেশ কুমাৰ সিং (ইউ বি), বিশেষ শাখা, কাহিলীপাৰা।
  • নায়ক কৃষ্ণকান্ত লাহন (ইউ বি), ডিএছবি, শদীয়া আৰক্ষী জিলা।
  • কনিষ্টবল (ইউ বি)-০২ বিনয় সোণোৱাল, শদীয়া আৰক্ষী জিলা।
  • কনিষ্টবল এবি-২৯ মইনুল হক লস্কৰ, মৰিগাঁও, ডিইএফ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in