মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত গণৰাজ্য দিৱস পালন…

মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত গণৰাজ্য দিৱস পালন…
  • ৰাজ্যৰ আন আন ঠাইৰ লগতে গণৰাজ্য দিৱস পালন কৰা হয় মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত।
  • হাস্পতালখনৰ চৌহদত পালন কৰা হয় গণৰাজ্য দিৱস।
  • গণৰাজ্য দিৱসত পেৰেড কৰা হয় হাস্পতালখনৰ চৌহদত।
  • হাস্পতালখনত এই অনুষ্ঠানত ব্ৰিগেডিয়াৰ পৰাগ দেশমুখে পতাকা উত্তোলন কৰে।
  • ব্ৰিগেডিয়াৰগৰাকীয়ে পতাকা উত্তোলন কৰিয়ে হাস্পতালখনৰ কামৰ প্ৰশংসা কৰে।
  • ৰোগীৰ আত্মীয়ৰ লগতে এই অনুষ্ঠানত অন্যান্য বহুলোক উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in