শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত গণৰাজ্য দিৱস পালন…

314
  • ৰাজ্যৰ আন আন ঠাইৰ লগতে গণৰাজ্য দিৱস পালন কৰা হয় মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালত।
  • হাস্পতালখনৰ চৌহদত পালন কৰা হয় গণৰাজ্য দিৱস।
  • গণৰাজ্য দিৱসত পেৰেড কৰা হয় হাস্পতালখনৰ চৌহদত।

  • হাস্পতালখনত এই অনুষ্ঠানত ব্ৰিগেডিয়াৰ পৰাগ দেশমুখে পতাকা উত্তোলন কৰে।
  • ব্ৰিগেডিয়াৰগৰাকীয়ে পতাকা উত্তোলন কৰিয়ে হাস্পতালখনৰ কামৰ প্ৰশংসা কৰে।
  • ৰোগীৰ আত্মীয়ৰ লগতে এই অনুষ্ঠানত অন্যান্য বহুলোক উপস্থিত থাকে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি