গণতন্ত্ৰ দিৱসৰ পূৰ্বে মহানগৰীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা….

গণতন্ত্ৰ দিৱসৰ পূৰ্বে মহানগৰীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা….

ডিজিটেল ডেস্কঃ গণতন্ত্ৰ দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। গণতন্ত্ৰ দিৱসটিত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে গুৱাহাটী মহানগৰীত আৰক্ষী আৰু প্ৰশাসনে চলাইছে তালাচী অভিযান।

মঙলবাৰে আৰক্ষীয়ে তালাচী চলাই গুৱাহাটী ৰেলৱে ষ্টেচনত। স্নিফাৰ ড'গসহ বহু কেইগৰাকী আৰক্ষী বিষয়াই চলাই এই অভিযান। মুঠৰ ওপৰত গণতন্ত্ৰ দিৱসটি সুকলমে পালন কৰিবলৈ এনেদৰে কটকটীয়া কৰিছে নিৰাপত্তা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in