কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত উপস্থিত শান্তি চুক্তিত স্বাক্ষৰ কৰিব লগা এনডিএফবিৰ নেতৃত্ব

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত উপস্থিত শান্তি চুক্তিত স্বাক্ষৰ কৰিব লগা এনডিএফবিৰ নেতৃত্ব
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত উপস্থিত শান্তি চুক্তিত স্বাক্ষৰ কৰিব লগা এনডিএফবিৰ নেতৃত্ব।
  • কিছুসময় পূৰ্বে দিল্লীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ত এনডিএফবিৰ নেতৃত্ব উপস্থিত হৈছেগৈ।
  • উল্লেখ্য যে, কিছু সময়ৰ পিছতে স্বাক্ষৰিত হ'ব তৃতীয় বড়ো শান্তি চুক্তি।
  • বড়ো সংগঠনসমূহৰ নেতৃত্বৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হাগ্ৰামা মহিলাৰীও উপস্থিত থাকিব চুক্তি স্বাক্ষৰ কৰাৰ সময়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in