শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

বাতৰি বিচাৰি ঘূৰি ফুৰা ডিম্পী আৰু নাই…

20,771

ডিজিটেল ডেস্কঃ মহানগৰীত জু সমীপৱৰ্তী সুন্দৰপুৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰাজ্যৰ এগৰাকী সাংবাদিকে। কিছুদিনৰ পূৰ্বে সংবাদজগতত ভৰি থোৱা ডিম্পী কাশ্যপ নামৰ যুৱতী সাংবাদিকগৰাকীয়ে আন এজন সহকৰ্মীৰ সৈতে এখন স্কুটীত গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, স্কুটীখনে এটা ইলেক্ট্ৰিক পোষ্টত খুন্দা মৰাত থিতাতে যুৱতী সাংবাদিকগৰাকীৰ মৃত্যু হয়। আনহাতে, নিশা প্ৰায় ৮ মান বজাত সংঘটিত এই পথ দুৰ্ঘটনাত আহত হয় তেওঁৰ সৈতে থকা অৰূপ মৰাং নামৰ আন এগৰাকী সাংবাদিক।তেওঁক বৰ্তমান গেট হাস্পতালত ভৰ্তি কৰা হৈছে। এই দুৰ্ঘটনা সংঘটিত হৈছিল সুন্দৰপুৰৰ নেপক’ কাৰ্যালয়ৰ বিপৰীত দিশত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি