অমৃতসৰৰ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ…

অমৃতসৰৰ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ…
  • পঞ্জাৱৰ অমৃতসৰৰ এটা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • বুধবাৰে অমৃতসৰৰ ১২৩ নং ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় ভোটগ্ৰহণ।
  • নিৰ্বাচন আয়োগৰ নিৰ্দেশত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হয় ভোটকেন্দ্ৰটোত।
  • ইয়াৰ পূৰ্বে সপ্তম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল অমৃতসৰত।
  • ভোটগ্ৰহণত গাফিলতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে।
  • তাৰ পৰিপ্ৰক্ষিততে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে আয়োগে।
  • বুধবাৰে ভোটগ্ৰহণৰ সময়ত দেখা গ'ল ভোটাৰৰ দীঘলীয়া শাৰী।
  • নিৰ্বাচন আয়োগে ভোটাৰক ভোটদানৰ স্বীকৃতি হিচাপে প্ৰদান কৰিছে প্ৰশংসাৰ প্ৰমাণ পত্ৰ।
  • পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in