শেহতীয়া খবৰ
বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

পেট্ৰ’ল ডিপ’ সমূহক নৰেন্দ্ৰ মোডীৰ আলোকচিত্ৰ থকা হৰ্ডিং আতৰোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ…

598
  • পেট্ৰ’ল ডিপ’ সমূহৰ লগতে অন্যান্য সংস্থা সমূহক নৰেন্দ্ৰ মোডীৰ ফটো থকা কেন্দ্ৰীয় আঁচনিৰ হৰ্ডিং আতোৱাৰ নিৰ্দেশ ।
  • ভাৰতীয় নিৰ্বাচন আয়োগে দিয়ে এই নিৰ্দেশনা ।
  • নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই কলকতাত এই মন্তব্য কৰে ।
  • হৰ্ডিংত প্ৰধানমন্ত্ৰীৰ আলোকচিত্ৰ ব্যৱহাৰ কৰাতোনিৰ্বাচন আচৰন বিধিৰ উলংঘন বুলি মন্তব্য কৰে বিষয়া জনে ।
  • ৭২ ঘন্টাৰ ভিতৰত এই হৰ্ডিং সমূহ আতৰোৱাৰ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি