পেট্ৰ’ল ডিপ’ সমূহক নৰেন্দ্ৰ মোডীৰ আলোকচিত্ৰ থকা হৰ্ডিং আতৰোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ…

পেট্ৰ’ল ডিপ’ সমূহক নৰেন্দ্ৰ মোডীৰ আলোকচিত্ৰ থকা হৰ্ডিং আতৰোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ…
  • পেট্ৰ'ল ডিপ' সমূহৰ লগতে অন্যান্য সংস্থা সমূহক নৰেন্দ্ৰ মোডীৰ ফটো থকা কেন্দ্ৰীয় আঁচনিৰ হৰ্ডিং আতোৱাৰ নিৰ্দেশ ।
  • ভাৰতীয় নিৰ্বাচন আয়োগে দিয়ে এই নিৰ্দেশনা ।
  • নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই কলকতাত এই মন্তব্য কৰে ।
  • হৰ্ডিংত প্ৰধানমন্ত্ৰীৰ আলোকচিত্ৰ ব্যৱহাৰ কৰাতোনিৰ্বাচন আচৰন বিধিৰ উলংঘন বুলি মন্তব্য কৰে বিষয়া জনে ।
  • ৭২ ঘন্টাৰ ভিতৰত এই হৰ্ডিং সমূহ আতৰোৱাৰ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in