অসমৰ বন্যাৰ্তৰ কাষত ধৰ্মগুৰু দালাই লামাঃ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ১০লাখ টকা…

অসমৰ বন্যাৰ্তৰ কাষত ধৰ্মগুৰু দালাই লামাঃ   মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ১০লাখ টকা…
  • মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দালাই লামাৰ আৰ্থিক সাহায্য
  • ১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ধৰ্মগুৰু দালাই লামাই
  • বানত ক্ষতিগ্রস্ত পৰিয়ালৰ সকাহ তথা আশীৰ্বাদ হিচাপে এই সাহায্য
  • ধৰ্মগুৰুগৰাকীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in