গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে উন্মোচন হ’ব ”দ্যা শিবুক”…

গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে উন্মোচন হ’ব ”দ্যা শিবুক”…

ডিজিটেল ডেস্ক : বেম্বো ৰাফটিং এস্কপেডিচন ২০২০ৰ অভিজ্ঞতাৰ ভিত্তিত নিৰ্মান কৰা এখন তথ্য চিত্ৰ ৫ ডিচেম্বৰত ২০২০ত উন্মোচন কৰা হ'ব । ব্ৰহ্মপুত্ৰৰে বেম্ব' ৰাফটিং কৰা অভিজ্ঞতাৰ ভিত্তিত এই তথ্য চিত্ৰ নিৰ্মান কৰিছে নয়ন বৰদলৈ আৰু শেখৰ বৰদলৈ ।

এই দলটোত আছিল ৰিচান দলে । তথ্য চিত্ৰ খনৰ নাম "দ্যা শিবুক" । তথ্যচিত্ৰ খনৰ সংগীত আশীষ দাসৰ । গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে ১১ বজাত উন্মোচন কৰা হ'ব তথ্য চিত্ৰ খন । উল্লেখ যোগ্য যে বেম্ব' ৰফটিঙেৰে ব্ৰহ্মপুত্ৰৰ বুকুত লাভ কৰা অভিজ্ঞতাৰে এই অগতানুগতিক তথ্য চিত্ৰ খন নিৰ্মান কৰা হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in