অভিনেত্ৰী ৰেখাৰ দেহৰক্ষীৰ দেহত কোৰোনা…

অভিনেত্ৰী ৰেখাৰ দেহৰক্ষীৰ দেহত কোৰোনা…
  • অভিনেত্ৰী ৰেখাৰ চিকউৰিটী গাৰ্ডৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • ইয়াৰ পাছতে ৰেখাৰ মুম্বাইৰ অট্টালিকা স্বাস্থ্যবিভাগে ছীলড কৰিছে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে কৰণ জোহৰ, আমিৰ খান আৰু জাহ্নৱী কাপুৰৰ সৈতে কাম কৰা ষ্ট্ৰাফৰ দেহত ধৰা পৰিছিল কোৰোনা।
  • উল্লেখ্য যে, শেহতীয়াকৈ অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ দেহত ধৰা পৰিছিল কোৰোনা।
  • অভিনেতা অনুুুপম খেৰৰ মাতৃ-ভাতৃৰ লগতে ৪গৰাকী পৰিয়ালৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in