শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

অভিনেত্ৰী ৰেখাৰ দেহৰক্ষীৰ দেহত কোৰোনা…

466
  • অভিনেত্ৰী ৰেখাৰ চিকউৰিটী গাৰ্ডৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • ইয়াৰ পাছতে ৰেখাৰ মুম্বাইৰ অট্টালিকা স্বাস্থ্যবিভাগে ছীলড কৰিছে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে কৰণ জোহৰ, আমিৰ খান আৰু জাহ্নৱী কাপুৰৰ সৈতে কাম কৰা ষ্ট্ৰাফৰ দেহত ধৰা পৰিছিল কোৰোনা।
  • উল্লেখ্য যে, শেহতীয়াকৈ অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ দেহত ধৰা পৰিছিল কোৰোনা।
  • অভিনেতা অনুুুপম খেৰৰ মাতৃ-ভাতৃৰ লগতে ৪গৰাকী পৰিয়ালৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি