চতুৰ্থ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত কি স্থিতি ৰীনা পাটোৱাৰীৰ?

চতুৰ্থ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত কি স্থিতি ৰীনা পাটোৱাৰীৰ?
  • কামৰূপৰ কমলপুৰ সমষ্টিৰ পূৱ কাছাৰী মহল জিলা পৰিষদত আগবাঢ়ি আছে ৰীনা পাটোৱাৰী।
  • চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে পুৱা ৭.৩০বজাত।
  • প্ৰায় ৪,৫০০ ভোটত আগবাঢ়ি আছে ৰীনা পাটোৱাৰী।
  • বিজেপি প্ৰাৰ্থীৰূপে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰীনাই।
  • কংগ্ৰেছৰ প্ৰাৰ্থীৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত ৰীনা পাটোৱাৰীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in