শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ…

242

ডিজিটেল সংবাদ,বটদ্ৰৱা :কোৰোনাৰ ভয়াবহতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আপোন বিদ্যালয়খনৰ পৰা দূৰ কৰিছিল। কোৰোনাৰ সংক্ৰমণ ৰোধ কৰা বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল লকডাউন । যাৰ ফলত বন্ধ কৰিছিল বিদ্যালয়ৰ সমূহ।

যোৱা ১৫ মাৰ্চৰে পৰা কোভিড-১৯ৰ সংক্ৰমণৰ বাবে ৰাজ্যত বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ। সোমবাৰে খোলাৰ বাবে ছাত্ৰ ছাত্ৰীৰ আনন্দ উল্লাস পৰিলক্ষিত হৈছে। বটদ্ৰৱাটো মুখত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ। শিক্ষক সকলেওঁ চৰকাৰী নিৰ্দেশনা পালন কৰি বিদ্যালয়লৈ আহি আৰম্ভ কৰিছে পাঠদান

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি