Published on:
Updated on:
- ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকাম দাসৰ সংবাদমেল। সংবাদমেলত কেবাটাও ঘোষণা কৰে গৱৰ্ণৰগৰাকীয়ে।
- কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোৰোনা সন্ত্ৰাসৰ বাবে বিভিন্ন সাহাৰ্য্যৰ কথা ঘোষণা কৰা পিছদিনাই সংবাদমেল সম্বোধন গৱৰ্ণৰগৰাকীৰ।
- ৰেপ' ৰেট ৭৫ বেছিছ পইন্ট ৪.৪ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা।
- দেশৰ অসাধাৰণ পৰিস্থিতিতে এই সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে বুলিও ক'লে।
- ৰিজাৰ্ভ বেংকৰ মানিতৰী পলিচি সমিটি ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ বৈঠকত বহিছিল।
- ডিজিপিতো প্ৰভাৱ পেলাব কোৰোনা ভাইৰাছে।
- ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে কেবাটাও ব্যৱস্থা।
- কোৰোনা ভাইৰাছৰ বাবে দেশৰ অৰ্থনীতি ক্ষেত্ৰত প্ৰভাৱ পৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in