শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সংবাদমেল…

2,782
  • ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকাম দাসৰ সংবাদমেল। সংবাদমেলত কেবাটাও ঘোষণা কৰে গৱৰ্ণৰগৰাকীয়ে।
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোৰোনা সন্ত্ৰাসৰ বাবে বিভিন্ন সাহাৰ্য্যৰ কথা ঘোষণা কৰা পিছদিনাই সংবাদমেল সম্বোধন গৱৰ্ণৰগৰাকীৰ।
  • ৰেপ’ ৰেট ৭৫ বেছিছ পইন্ট ৪.৪ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা।
  • দেশৰ অসাধাৰণ পৰিস্থিতিতে এই সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে বুলিও ক’লে।
  • ৰিজাৰ্ভ বেংকৰ মানিতৰী পলিচি সমিটি ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ বৈঠকত বহিছিল।
  • ডিজিপিতো প্ৰভাৱ পেলাব কোৰোনা ভাইৰাছে।
  • ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে কেবাটাও ব্যৱস্থা।
  • কোৰোনা ভাইৰাছৰ বাবে দেশৰ অৰ্থনীতি ক্ষেত্ৰত প্ৰভাৱ পৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি