ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলে অমিত শ্বাহ আৰু ৰবিশংকৰ প্ৰসাদে…

ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰিলে অমিত শ্বাহ আৰু ৰবিশংকৰ প্ৰসাদে…
  • ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ অমিত শ্বাহ আৰু ৰবিশংকৰ প্ৰসাদ।
  • লগতে ডি এম কেৰ নেতা কনিমৌছীয়ে ত্যাগ কৰিলে ৰাজ্যসভাৰ সদস্য পদ।
  • এই তিনিওজন নেতা হৈ যোৱা লোকসভা নিৰ্বাচনত জয়ী হৈছে।
  • বিহাৰৰ পাটনা ছাহিব সমষ্টিত ৰবিশংকৰ প্ৰসাদে পৰাজিত কৰিছিল কংগ্ৰেছ নেতা শতুঘ্ন সিনহাক।
  • ইফালে গান্ধীনগৰৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভাৰ বাবে নিৰ্বাচিত হৈছে অমিত শ্বাহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in