শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা…

129

ডিজিটেল সংবাদ,দুধনৈ : দুধনৈত বিজেপিৰ মিত্ৰজোটৰ অংশীদাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ঘোষণা ৷ ৩৬ নং দুধনৈ(জনজাতি) বিধান সভা সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্যামজিৎ ৰাভাক ৷ শ্যামজিৎ ৰাভাই বিজেপিৰ প্ৰতীকত খেলিব নিৰ্বাচন ৷

দুধনৈত সংবাদ মেলত ঘোষণা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ ৷ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ অন্তৰ্গত দ’ল- সংগঠনৰ দ্বাৰা গঠিত প্ৰাৰ্থী বাচনি কমিটীৰ সিদ্ধান্তৰ দ্বাৰা শ্যামজিৎ ৰাভাক মননীত ৷ পূৰ্বৰ বিধায়ক দীপক কুমাৰ ৰাভাক প্ৰাৰ্থীত্ব কৰ্তন কৰি শ্যামজিৎ ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান ৷ নাম ঘোষণাৰ পিছতে নতুন প্ৰাৰ্থীক লৈ উৎফুল্লিত হৈ পৰে সমৰ্থক সকল ৷ আনহাতে পুৰ্বৰ বিধায়কৰ টিকট কৰ্তন হোৱাক লৈ এফালে বিজেপিৰ কৰ্মী-সমৰ্থকৰ মাজত দেখা গৈছে ক্ষোভৰ উদগীৰণ |

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি