‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ…

‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ…
  • ছুপাৰহীট যতীন বৰাৰ ৰত্নাকৰ।
  • চতুৰ্থটো দিনত ৰত্নাকৰে উপাৰ্জন কৰিছে ৪৩ লাখ টকা।
  • চাৰিদিনৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ১.৮৯ কোটি টকা।
  • বিভিন্ন ছবিগৃহত দৰ্শকৰ ভিৰ।
  • ছবিখনক লৈ দৰ্শকে জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ছবিকনৰ কলা-কুশলীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in