শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

কেৰালাত গণ প্ৰহাৰত গুৰুতৰভাৱে আহত বলাৎকাৰী…

432
  • কেৰালাত বলাৎকাৰী লম্পটক গণ প্ৰহাৰ।
  • শনিবাৰে পাল্লাকড়ত একাংশ লোকে মৰিয়াই গুৰুতৰভাৱে আহত কৰে চি মধু নামৰ এজন বলাৎকাৰ গোচৰৰ অভিযুক্তক।
  • ২০১৭ চনত ৱালায়াৰত এগৰাকী কিশোৰীক দলব্ধ বলাৎকাৰ কৰি হত্যা কৰা হৈছিল।
  • সেই বলাৎকাৰ আৰু হত্যা কাণ্ডৰ মূল অভিযুক্ত কেইজনৰ ভিতৰত এজন হৈছে চি মধু।
  • কিছু দিন পূৰ্বে জামিনত মুক্তি লাভ কৰিছিল অভিযুক্তজনে।
  • ইফালে গণ প্ৰহাৰত আহত লম্পটজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি