কেৰালাত গণ প্ৰহাৰত গুৰুতৰভাৱে আহত বলাৎকাৰী…

  • কেৰালাত বলাৎকাৰী লম্পটক গণ প্ৰহাৰ।
  • শনিবাৰে পাল্লাকড়ত একাংশ লোকে মৰিয়াই গুৰুতৰভাৱে আহত কৰে চি মধু নামৰ এজন বলাৎকাৰ গোচৰৰ অভিযুক্তক।
  • ২০১৭ চনত ৱালায়াৰত এগৰাকী কিশোৰীক দলব্ধ বলাৎকাৰ কৰি হত্যা কৰা হৈছিল।
  • সেই বলাৎকাৰ আৰু হত্যা কাণ্ডৰ মূল অভিযুক্ত কেইজনৰ ভিতৰত এজন হৈছে চি মধু।
  • কিছু দিন পূৰ্বে জামিনত মুক্তি লাভ কৰিছিল অভিযুক্তজনে।
  • ইফালে গণ প্ৰহাৰত আহত লম্পটজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in