নগাওঁৰ কাকীত নাবালিকাক ধৰ্ষণ…

নগাওঁৰ কাকীত নাবালিকাক ধৰ্ষণ…
  • লংকা কাকীত অমানবীয় কাণ্ড।
  • পিতৃ বয়সীয়া এজন ব্যক্তিৰ কামণাৰ বলি হ'ল এগৰাকী নাবালিকা।
  • কিশোৰী ধৰ্ষনকাৰীক ৰাইজে উত্তম মধ্যম দি গতালে দিলে কাকী আৰক্ষীক ।
  • তিনিদিন পুৰ্বে কাকী মুদৈয়নী গাঁৱৰ কলিৰাম মুদৈ নামৰ তিনি সন্তানৰ পিতৃয়ে কৰে এই জঘন্য কাণ্ড।
  • ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি কলিৰাম মুদৈয়ে কাষৰে এগৰাকী বাৰ বছৰীয়া কণ্যা সন্তানক ঘৰলৈ মাতি কৰে এই জঘণ্য কাণ্ড।
  • ইতিমধ্যে এই অপকৰ্মৰ কথা স্বীকাৰ কৰে কলিৰামে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in