মহানগৰীত যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ ২জন

মহানগৰীত যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ ২জন
  • মহানগৰীত সংঘটিত হ'ল এক জঘন্য ঘটনা।
  • মহানগৰীৰ সাতগাঁৱত দুই পাষণ্ডৰ নিৰ্যাতনৰ বলি যুৱতী।
  • দুগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ দুজনৰ বিৰুদ্ধে।
  • অভিযুক্ত দুজনৰ নাম হৰিচৰণ নাৰ্জাৰী আৰু ৰহিম আলী।
  • যুৱতীদুগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুয়োকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in