শেহতীয়া খবৰ
মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ...

ৰাণু মণ্ডলৰ ভাইৰেল VIDEO, গালে ‘সত্যম শিৱম সুন্দৰম…’

849

ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ৰ জৰিয়তে ভাইৰেল হৈ পৰা ৰাণু মণ্ডল বৰ্তমান বলিউডৰ গায়িকা ৰূপে সকলোৰে পৰিচিত। তেৰী মেৰি কাহিনী শীৰ্ষক গীতটোৰ দ্বাৰা বলিউড জগতত প্ৰথম খোজ দিয়া ৰাণু মণ্ডলে লাহে লাহে সফলতাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ ৰাণু মণ্ডলৰ এটা ভিডিঅ’ ইন্টাৰনেটত খুবেই ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’টোত ৰাণু মণ্ডলে জনপ্ৰিয় তথা অভিজ্ঞ কণ্ঠশিল্পী লতা মংগেশকাৰৰ ছুপাৰহিট গীত ‘সত্যম শিৱম সুন্দৰম’ গাই থকা দেখা গৈছে। দৰাচলতে, কিছুদিন পূৰ্বে ৰাণু মণ্ডলে বঙালী টেলিভিচন শ্ব’ ‘কমেডী ষ্টাৰ্ছ’ত উপস্থিত হৈছিল। আৰু টেলিভিচন শ্ব’টোত তেওঁ গাইছিল এই গীতটি। ৰাণু মণ্ডলে গীতটি গোৱাৰ পাছত উপস্থিত সকলো আপ্লুত হৈ পৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি