সবৰিমালা মন্দিৰত সমকামীৰ দলক প্ৰৱেশৰ অনুমতি মুখ্য পুৰোহিতৰ, চাওঁক VIDEO

সবৰিমালা মন্দিৰত সমকামীৰ দলক প্ৰৱেশৰ অনুমতি মুখ্য পুৰোহিতৰ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱা কেৰালাৰ সবৰিমালা মন্দিৰৰ সন্মুখত দেখা গ'ল সমকামীৰ এটি দলক। মন্দিৰত প্ৰৱেশৰ বাবে এনেদৰে আগবাঢ়িছে এই দলটো। দলটোত সদস্য কেইজনক দিয়া হৈছে আৰক্ষীৰ নিৰাপত্তা। উল্লেখ্য যে, চলিত বৰ্ষৰ ১৬ ডিচেম্বৰত সবৰিমালা মন্দিৰত প্ৰৱেশৰ কৰাত সমকামী সকলক বাধা প্ৰদান কৰা হৈছিল। কিন্তু পৰৱৰ্তীসময়ত মন্দিৰৰ মুখ্য পুৰোহিতৰ সৈতে হোৱা এক আলোচনাত তেওঁলোকক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হয়। চাওঁক মন্দিৰত প্ৰৱেশৰ বাবে আগবাঢ়ি যোৱা সমকামী দলটোৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in