মল্লযুঁজৰ বিশ্ব ৰেংকিঙত শীৰ্ষত ভাৰতৰ বজৰং

মল্লযুঁজৰ বিশ্ব ৰেংকিঙত শীৰ্ষত ভাৰতৰ বজৰং
  • বিশ্বৰ শীৰ্ষত উজ্বলিছে ভাৰতীয় খেলুৱৈ।
  • মল্লযুঁজত বিশ্বৰ ১ নং স্থানত বজৰং পুনীয়া।
  • বিশ্ব চেম্পিয়নশ্বীপত যোৱা মাহত দ্বিতীয় স্থাপন আছিল বজৰং।
  • শেহতীয়াকৈ ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে প্ৰকাশ কৰিছে ৰেংকিং তালিকা।
  • এই তালিকাত শীৰ্ষত আছে খেলুৱৈগৰাকী।
  • মল্লযুঁদ্ধত শীৰ্ষ স্থান দখল কৰা তেওঁৱেই প্ৰথম ভাৰতীয় খেলুৱৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in