এন আৰ চিৰ বিসংগতি সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহক স্মাৰকপত্ৰ প্ৰদান কৰিব ৰাজ্যিক বিজেপিয়ে…

  • দেওবাৰে গুৱাহাটীত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • গৃহমন্ত্ৰীগৰাকী বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে উপস্থিত হয়গৈ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত।
  • উত্তৰ-পূব পৰিষদৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ লয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত এটা সজাতি দলে সাক্ষাৎ কৰিব গৃহমন্ত্ৰী শ্বাহক।
  • দিনৰ প্ৰায় ২.৩০ বজাত সজাতি দলটোৱে এন আৰ চিৰ বিসংগতি সম্পৰ্কত গৃহমন্ত্ৰীগৰাকীক প্ৰদান কৰিব স্মাৰকপত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in