শেহতীয়া খবৰ
কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ

এন আৰ চিৰ বিসংগতি সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহক স্মাৰকপত্ৰ প্ৰদান কৰিব ৰাজ্যিক বিজেপিয়ে…

303
  • দেওবাৰে গুৱাহাটীত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • গৃহমন্ত্ৰীগৰাকী বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে উপস্থিত হয়গৈ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত।
  • উত্তৰ-পূব পৰিষদৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ লয় গৃহমন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত এটা সজাতি দলে সাক্ষাৎ কৰিব গৃহমন্ত্ৰী শ্বাহক।
  • দিনৰ প্ৰায় ২.৩০ বজাত সজাতি দলটোৱে এন আৰ চিৰ বিসংগতি সম্পৰ্কত গৃহমন্ত্ৰীগৰাকীক প্ৰদান কৰিব স্মাৰকপত্ৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি