শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত ৰঞ্জিত দাসে শনিবাৰে গ্ৰহণ কৰিব দায়িত্ব

176
  • দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱা ৰঞ্জিত দাসে শনিবাৰে গ্ৰহণ কৰিব দায়িত্ব।
  • শনিবাৰে হেঙেৰাবাৰীৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয়ত এক অনুষ্ঠানত দায়িত্বভাৰ গ্ৰহণ কৰিব ৰঞ্জিত দাসে।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে তেওঁৰ কাৰ্যকাল শেষ হৈছিল।
  • তাৰ পিছতে পুনৰবাৰ ১৮ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ দায়িত্ব দিয়া হৈছে ৰঞ্জিত দাসক।
  • তেখেতে দায়িত্ব গ্ৰহণ কৰাৰ সময়ত দলীয় নেতাসকলৰ লগতে বিষয়ববীয়া, সাংসদ আৰু মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকিব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি