বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস…

বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস…
  • কোকৰাঝাৰৰ দোতমাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।
  • দোতমাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ।
  • দোতমাৰ বিজেপি প্ৰাৰ্থী বিভূতি ভূষণ বৰগয়াৰীৰ হৈ প্ৰচাৰ ।
  • বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ।
  • বিধানসভা নিৰ্বাচনত বিপিএফৰ সতে মিত্ৰতা নাথাকে বিজেপিৰ ।
  • ৰঞ্জিত দাসে কাৰো ভৰিত ধৰি ৰাজনীতি নকৰে।
  • কোনো বিবেকাবান ভোটাৰে হাগ্ৰামা মহিলাৰী বা বিপিএফ দলক ভোটদান নকৰে ।য
  • কংগ্ৰেছ -এআইইউডিএফৰ মিত্ৰতা পুৰণকলীয়া , এতিয়া প্ৰকাশ হে হৈছে ।
  • স্বাভিমানী অসমীয়া থকালৈকে বিজেপিৰ একো ক্ষতি নহয় ।
  • ৰাইজৰ দাবীত বিটিচিৰ ছয় -সাতটা সমষ্টিত দুই এদিনতে নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন দিব বিজেপিয়ে ।
  • একক সংখ্যাগৰিষ্ঠতাৰে বিটিচিৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in