শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস…

84
  • কোকৰাঝাৰৰ দোতমাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ।
  • দোতমাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ।
  • দোতমাৰ বিজেপি প্ৰাৰ্থী বিভূতি ভূষণ বৰগয়াৰীৰ হৈ প্ৰচাৰ ।
  • বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ।
  • বিধানসভা নিৰ্বাচনত বিপিএফৰ সতে মিত্ৰতা নাথাকে বিজেপিৰ ।
  • ৰঞ্জিত দাসে কাৰো ভৰিত ধৰি ৰাজনীতি নকৰে।
  • কোনো বিবেকাবান ভোটাৰে হাগ্ৰামা মহিলাৰী বা বিপিএফ দলক ভোটদান নকৰে ।য
  • কংগ্ৰেছ -এআইইউডিএফৰ মিত্ৰতা পুৰণকলীয়া , এতিয়া প্ৰকাশ হে হৈছে ।
  • স্বাভিমানী অসমীয়া থকালৈকে বিজেপিৰ একো ক্ষতি নহয় ।
  • ৰাইজৰ দাবীত বিটিচিৰ ছয় -সাতটা সমষ্টিত দুই এদিনতে নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন দিব বিজেপিয়ে ।
  • একক সংখ্যাগৰিষ্ঠতাৰে বিটিচিৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি