লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা নকৰে বিজেপিয়ে

লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা নকৰে বিজেপিয়ে
  • আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা নকৰে বিজেপি দলে।
  • এই ঘোষণা  কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰাঞ্জিত দাসে।
  • অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি।
  • অগপৰে মিত্ৰতা নকৰাৰ কথা ইতিমধ্যে জনাইছে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in