শেহতীয়া খবৰ
কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল  •  কোৰোনাৰ সমান্তৰলাকৈ ৰাজ্যত বানৰ বিভিষীকা, বৰ্তমানলৈকে ৪২ জনৰ প্ৰাণ হানি...  •  বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি...  •  NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন...  •  বলিউদৰ মোহময়ী অভিনেত্ৰীৰ অকাল মৃত্যু...  •  অসম-নগালেণ্ড সীমান্তত নগাৰ দপদপনিঃ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক...  •  দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!...  •  ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ...  •  বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ...  •  দিশপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত...

ৰঞ্জী ট্ৰফীঃ অসমৰ ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা…

736

ছত্তীশগড় আৰু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব লগা ৰঞ্জী ট্ৰফী অসম দলৰ নাম ঘোষণা।

১১ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ছত্তীশগড়ৰ বিৰুদ্ধে হ’ব অসমৰ ৰঞ্জী ট্ৰফী মেচ।

১৯ জানুৱাৰীৰ পৰা মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অসমৰ ৰঞ্জী ট্ৰফীৰ দ্বিতীয়খন মেচ।

গকুল শৰ্মাক এই দুয়োখন মেচৰ বাবে অধিনায়ক নিৰ্বাচিত।

ৰঞ্জী ট্ৰফীত এই দুখন মেচৰ বাবে অসমৰ ক্ৰিকেট দলত থকা আন সদস্য খেলুৱৈ হ’ল ক্ৰমে-

  • গকুল শৰ্মা (অধিনায়ক)
  • অৰূপ দাস
  • ৰিশ্বৱ দাস
  • ৰাহুল হাজৰিকা
  • ৰিয়ান পৰাগ
  • কুনাল শইকীয়া
  • ৱাছিকুৰ ৰহমান
  • মুখতাৰ হুছেইন
  • ৰঞ্জিত মালি
  • ৰোশ্বন আলাম
  • ছাহিল জৈন
  • ৰাজ্জাকুদ্দিন আহমেদ
  • সিদ্ধাৰ্থ শৰ্মা
  • সুভম মণ্ডল
  • প্ৰতিম দাস
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি