ৰঞ্জী ট্ৰফীঃ অসমৰ ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা…

ৰঞ্জী ট্ৰফীঃ অসমৰ ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা…

ছত্তীশগড় আৰু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব লগা ৰঞ্জী ট্ৰফী অসম দলৰ নাম ঘোষণা।

১১ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ ছত্তীশগড়ৰ বিৰুদ্ধে হ'ব অসমৰ ৰঞ্জী ট্ৰফী মেচ।

১৯ জানুৱাৰীৰ পৰা মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অসমৰ ৰঞ্জী ট্ৰফীৰ দ্বিতীয়খন মেচ।

গকুল শৰ্মাক এই দুয়োখন মেচৰ বাবে অধিনায়ক নিৰ্বাচিত।

ৰঞ্জী ট্ৰফীত এই দুখন মেচৰ বাবে অসমৰ ক্ৰিকেট দলত থকা আন সদস্য খেলুৱৈ হ'ল ক্ৰমে-

  • গকুল শৰ্মা (অধিনায়ক)
  • অৰূপ দাস
  • ৰিশ্বৱ দাস
  • ৰাহুল হাজৰিকা
  • ৰিয়ান পৰাগ
  • কুনাল শইকীয়া
  • ৱাছিকুৰ ৰহমান
  • মুখতাৰ হুছেইন
  • ৰঞ্জিত মালি
  • ৰোশ্বন আলাম
  • ছাহিল জৈন
  • ৰাজ্জাকুদ্দিন আহমেদ
  • সিদ্ধাৰ্থ শৰ্মা
  • সুভম মণ্ডল
  • প্ৰতিম দাস

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in