শেহতীয়া খবৰ
ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান  •  হিজবুলৰে সম্পৰ্কৰ সন্দেহত আটক কৰা ৩ যুৱকক মুকলি হোজাই আৰক্ষীৰ  •  এটা দামী মোবাইলৰ বাবে সন্তানক ৪০ হাজাৰ টকাত বিক্ৰী মাতৃৰ  •  প্ৰয়োজন হ’লে ন্যায়াধীশ দম্পত্তিৰ বিৰুদ্ধেও হ’ব তদন্ত, এপিএছচি কেলেংকাৰীৰ সন্দৰ্ভত কুলধৰ শইকীয়াৰ মন্তব্য  •  ২০ এপ্ৰিলত মই কল্পনা লাজমীক শেষবাৰৰ বাবে লগ পাইছিলোঃ কমল কটকী  •  নগাঁৱৰ জুৰীয়াত পানীত পৰি এটি শিশুৰ মৃত্যু  •  তিনিচুকীয়াত ৪ সন্দেহযুক্ত নাগৰিকক আটক  •  বৰপেটাত হিজবুল মুজাহিদীনৰ সৈতে জড়িত থকাৰ অপৰাধত ৩ যুৱকক আটক  •  নগাঁৱৰ আকৌ বিদ্যুৎ বিভাগৰ অৱহেলা! পানীগাঁও চাৰিআলিত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, চাওঁক VIDEO  •  লংকাৰ গংগা হোটেলত চিপ লোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰঞ্জন গগৈক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি

272

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেশৰ পৰৱৰ্তী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিলে ৰঞ্জন গগৈক।

৩ অক্টোবৰ, ২০১৮ত অৱসৰ ল’ব বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই। তাৰপাছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব অসম সন্তান ৰঞ্জন গগৈয়ে। ২০১৯চনৰ নবেম্বৰলৈকে এই পদক থাকিব ৰঞ্জন গগৈ।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি