ডিব্ৰুগড়ৰ স্বগৃহত উপস্থিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

ডিব্ৰুগড়ৰ স্বগৃহত উপস্থিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ
  • বুধবাৰে কামাখ্যা দৰ্শনৰ পাছত ডিব্ৰুগড়ৰ স্বগৃহত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।
  • এখন বিশেষ বিমানেৰে গগৈ উপস্থিত হয় ডিব্ৰুগড়ত।
  • মুখ্য ন্যায়াধীশগৰাকীৰ সৈতে একেখন বিমানেৰে ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।
  • দেশৰ মুখ্য ন্যায়াধীশ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে স্বগৃহত উপস্থিত ৰঞ্জন গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in