ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত ৰঞ্জন গগৈ

ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত ৰঞ্জন গগৈ
  • স্বগৃহত উপস্থিত হ'লগৈ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।
  • ২.১০ বজাত ডিব্ৰুগড়ৰ খলিহামাৰীৰ বাসগৃহ পালেগৈ গগৈ।
  • সংবাদমাধ্যমক কোনো সাক্ষাৎকাৰ দিব নোৱাৰে ন্যয়াধীশ ৰঞ্জন গগৈয়ে।
  • ডিব্ৰুগড় জিলা প্ৰশাসনে সহযোগ বিচাৰিলে সংবাদমাধ্যমৰ।
  • মাতৃৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি জনালে ডিব্ৰুগড় জিলা প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in