শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

এনডিএফবি মুৰব্বী ৰঞ্জন দৈমাৰীৰ দেহত কোৰোনা, এমএমচিএইচত চিকিৎসাধীন…

527
  • এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • গুৱাহাটী মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰা হৈছে ৰঞ্জন দৈমাৰীক।
  • উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় জে’লত ১৯জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি।
  • গুৱাহাটী কেন্দ্ৰীয় জে’লত কাৰাবাস খাটি আছিল এনডিএফবি মুৰব্বীগৰাকীয়ে।
  • বাকী ১৮জনক জাগীৰোড কোভিড-১৯ হাস্পতালত ভৰ্তি কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি