শেহতীয়া খবৰ
লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই...  •  বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা... VIDEO  •  লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা...

ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

1,464
  • নাকচ কৰা হৈছে ৰঞ্জন দৈমাৰীৰ জামিন আবেদন।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে তেওঁৰ জামিন আবেদন।
  • উল্লেখ্যে যে, ৪ সপ্তাহৰ বাবে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল ৰঞ্জন দৈমাৰী।
  • তাৰ পিছতে দিল্লীত স্বাক্ষৰ হৈছিল বড়ো শান্তি চুক্তি।
  • পুনৰ বাৰ জামিন আবেদন কৰিও জামিন লাভ নকৰাত আত্মসমৰ্পন কৰিছিল ৰঞ্জন দৈমাৰীয়ে।
  • তাৰ পিছতে দৈমাৰীয়ে পুনৰ জামিনৰ বাবে আবেদন কৰিছিল যদিও নাকচ কৰা হৈছে তেওঁৰ এই আবেদন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি