ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

ফাইল ফটো
ফাইল ফটো
  • নাকচ কৰা হৈছে ৰঞ্জন দৈমাৰীৰ জামিন আবেদন।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে তেওঁৰ জামিন আবেদন।
  • উল্লেখ্যে যে, ৪ সপ্তাহৰ বাবে জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল ৰঞ্জন দৈমাৰী।
  • তাৰ পিছতে দিল্লীত স্বাক্ষৰ হৈছিল বড়ো শান্তি চুক্তি।
  • পুনৰ বাৰ জামিন আবেদন কৰিও জামিন লাভ নকৰাত আত্মসমৰ্পন কৰিছিল ৰঞ্জন দৈমাৰীয়ে।
  • তাৰ পিছতে দৈমাৰীয়ে পুনৰ জামিনৰ বাবে আবেদন কৰিছিল যদিও নাকচ কৰা হৈছে তেওঁৰ এই আবেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in