অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰঞ্জন বৰাই…

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰঞ্জন বৰাই…
  • অসম প্ৰদেশ কংগ্ৰেছৰ পৰা ৰঞ্জন বৰাৰ পদত্যাগ ।
  • প্ৰদেশ কংগ্ৰেছৰ সাধৰণ সম্পাদক (সংগঠন )ৰ দায়িত্বত আছিল ৰঞ্জন বৰা ।
  • ক'ৰ কমিটিৰ আহ্বায়কৰ দায়িত্বতো আছিল বৰা ।
  • বুধবাৰে সভাপতি ৰিপুন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বৰাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in