ঘৰৰ সন্মুখত আলপনা আঁকি ‘কা’-এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ ডিএমকেৰ…

ঘৰৰ সন্মুখত আলপনা আঁকি ‘কা’-এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ ডিএমকেৰ…
  • নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰুদ্ধে তামিলনাডুৰ চেন্নাইত অভিনৱ প্ৰতিবাদ।
  • ঘৰৰ সন্মুখত 'কা' আৰু এন আৰ চি বিৰোধী আলপনা আঁকি প্ৰতিবাদ ৰাইজৰ।
  • সোমবাৰে ডিএমকে-ও 'কা' আৰু এন আৰ চিৰ বিৰুদ্ধে আলপনা আঁকি সাব্যস্ত কৰে প্ৰতিবাদ।
  • ডিএমকেৰ প্ৰয়াত নেতা এম কৰুণানিধিৰ বাসগৃহৰ সন্মুখত আলপনা আঁকি প্ৰতিবাদ 'কা'-এনআৰচিৰ প্ৰতিবাদ।
  • ডিএমকেৰ অধ্যক্ষ এম কে ষ্টালিন আৰু সাংসদ কানিমোঝীৰ বাসগৃহৰ সন্মুখতো দেখা গ'ল একেই আলপনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in