ৰঙিয়াত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান

  • ৰঙিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ লুট।
  • দুৰ্গা পূজাৰ মাজতে এখন ম'বাইলৰ দোকান আৰু এখন বেগৰ দোকানত চুৰি।
  • মোবাইলৰ দোকানখনৰ পৰা চোৰে লুটিলে বহু মোবাইলসহ নগদ ধন।
  • চোৰে লুটিলে ৩.৫ লাখ টকাৰ মোবাইল ফোনৰ লগতে নগদ ৩ হাজাৰ টকা।
  • ইফালে বেগৰ দোকানখনৰ পৰাও চোৰে লুটিলে নগদ ৩০ হাজাৰ টকা।
  • দুৰ্গা পূজাৰ আনন্দ-উলাহৰ মাজতে এনেদৰে হোৱা চোৰৰ লুটক লৈ ৰঙিয়াত চাঞ্চল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in