শেহতীয়া খবৰ
জাল আধাৰ কাৰ্ড, বাংলাদেশৰ চীম কাৰ্ড সংলগ্ন মোবাইলসহ, গুৱাহাটীত আটক ৮ বাংলাদেশী নাগৰিক  •  ৰাজ্যৰ ৪ সমষ্টিত ৫৪ প্ৰাৰ্থীৰ মাজত অন্তিম নিৰ্বাচনী যুঁজ...  •  ২৪ ঘণ্টাই নিৰ্বাচনী খবৰ কেৱল ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত...  •  জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী

ৰঙিয়াত দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান

36
  • ৰঙিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ লুট।
  • দুৰ্গা পূজাৰ মাজতে এখন ম’বাইলৰ দোকান আৰু এখন বেগৰ দোকানত চুৰি।
  • মোবাইলৰ দোকানখনৰ পৰা চোৰে লুটিলে বহু মোবাইলসহ নগদ ধন।
  • চোৰে লুটিলে ৩.৫ লাখ টকাৰ মোবাইল ফোনৰ লগতে নগদ ৩ হাজাৰ টকা।
  • ইফালে বেগৰ দোকানখনৰ পৰাও চোৰে লুটিলে নগদ ৩০ হাজাৰ টকা।
  • দুৰ্গা পূজাৰ আনন্দ-উলাহৰ মাজতে এনেদৰে হোৱা চোৰৰ লুটক লৈ ৰঙিয়াত চাঞ্চল্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি