ৰঙিয়া থানাৰ আৰক্ষী উপ-পৰিদৰ্শকৰ সৈতে ২গৰাকী আক্ৰান্ত কোৰোনাত…

ৰঙিয়া থানাৰ আৰক্ষী উপ-পৰিদৰ্শকৰ সৈতে ২গৰাকী আক্ৰান্ত কোৰোনাত…
  • ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা।
  • শেহতীয়াকৈ ৰঙিয়া থানাৰ দুই আৰক্ষী কোৰোনাত আক্ৰান্ত হৈছে।
  • আক্ৰান্ত আৰক্ষী উপ-পৰিদৰ্শক শ্যামলজ্যোতি শইকীয়া আৰু বেটেলিয়ন নাৰায়ণ দাস।
  • আক্ৰান্ত ২ আৰক্ষীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী।
  • উল্লেখ্য যে, বুধবাৰে ৰঙিয়াত এগৰাকী নাৰ্চ আক্ৰান্ত হৈছিল কোৰোনাত।
  • নাৰ্চ গৰাকী হৈছে লাৰিচা খিন্দাইত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in