ৰঙিয়াত সেনা আৰু কমলপুৰ আৰক্ষীৰ যৌথ অভিযানত অস্ত্ৰসহ এজনক আটক

  • ৰঙিয়াৰ কেন্দুকোণাত অস্ত্ৰসহ আটক এজনক।
  • আটকাধীন লোকজনৰ নাম ছহিদুল হক ওৰফে ৰুবুল।
  • আৰক্ষীয়ে ছহিদুল হকৰ পৰা জব্দ কৰে এটা আমেৰিকাত নিৰ্মিত পিষ্টল।
  • সেনা আৰু কমলপুৰ আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত আটক লোকজন।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in