শেহতীয়া খবৰ
'কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং  •  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন  •  দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ...  •  জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...  •  ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ...  •  দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ  •  পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  অমিত শ্বাহক সমালোচনা প্ৰশান্ত কিশোৰৰ, ক’লে- ‘যদি আপুনি কা বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিয়ে, তেন্তে...’

অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ৰণবীৰ-দীপিকা, চাওঁক VIDEO

325
  • শুকুৰবাৰে পুৱাই পঞ্জাৱত উপস্থিত অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী দীপিকা পাডুকান।
  • অমৃতসৰৰ স্বৰ্ণ মন্দিৰত প্ৰাৰ্থনা কৰিলে বলিউডৰ দম্পতীহালে।
  • উল্লেখ্য যে, বৃহস্পতিবাৰে আছিল ৰণবীৰ আৰু দীপিকাৰ প্ৰথম বিবাহ বাৰ্ষিকী।
  • সেয়েহে শুকুৰবাৰে তেওঁলোকে স্বৰ্ণ মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা জনায়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি