জীপাল সৰুসজাইঃ কি গানত নাচিলে ৰণবীৰ সিঙে… VIDEO

জীপাল সৰুসজাইঃ কি গানত নাচিলে ৰণবীৰ সিঙে… VIDEO
  • ফিল্ম ফেয়াৰ অনুষ্ঠানত নৃত্যৰে দৰ্শকৰ মন মুহিলে অভিনেতা ৰণবীৰ সিঙে।
  • 'আ.. দেখে জাৰা…' শীৰ্ষক গীতৰ তালে তালে দেখা গ'ল ৰণবীৰৰ দৃষ্টিনন্দন নৃত্য।
  • ৰণবীৰৰ নৃত্যই জীপাল কৰে সৰুসজাই ষ্টেডিয়াম।
  • উল্লেখ্য যে, ফিল্মফেয়াৰ অনুষ্ঠানৰ মূল কাৰ্যসূচীৰ আঁত ধৰিছে কৰণ জোহৰ আৰু বিকি কৌশলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in