ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমীয়াত জনালে শুভেচ্ছা…

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমীয়াত জনালে শুভেচ্ছা…
  • ভোগৰ বিহু ভোগালী ৰাজ্যজুৰি পালন।
  • পুৱাই মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনালে ৰাজ্যবাসীয়ে।
  • লগতে সমাজত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ সংকল্প ল'লে সকলোৱে।
  • তাৰ মাজতেই পুৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটাৰযোগে ভোগালী বিহুৰ সময়ত দিলে বহাগ বিহুৰ শুভেচ্ছা।
  • ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়াতে শুভেচ্ছা জ্ঞাপন কৰিলে অসমবাসীক।
  • ৰাষ্ট্ৰপতিগৰাকীয়ে অসমীয়াত শুভেচ্ছা জনাবলৈ চেষ্টা কৰিলে যদিও, ভোগালী বিহু নে বহাগ বিহু সেয়াহে নিশ্চিত নহ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in