তেলেংগানা এনকাউণ্টাৰ সন্দৰ্ভত যোগ গুৰু বাবা ৰামদেৱৰ প্ৰতিক্ৰিয়া…

তেলেংগানা এনকাউণ্টাৰ সন্দৰ্ভত যোগ গুৰু বাবা ৰামদেৱৰ প্ৰতিক্ৰিয়া…
  • তেলেংগানা এনকাউণ্টাৰ সন্দৰ্ভত যোগ গুৰু বাবা ৰামদেৱৰ প্ৰতিক্ৰিয়া।
  • 'আৰক্ষীয়ে যি কৰিলে, সেয়া অতি সাহসিকতাপূৰ্ণ।'
  • 'ইয়াৰ দ্বাৰাই আৰক্ষীয়ে ন্যায় প্ৰদান কৰা বুলিয়েই মই ক'ব বিচাৰিম।'
  • 'এই এনকাউণ্টাৰক লৈ উত্থাপন হোৱা আইনী প্ৰশ্নৰ বিষয় পৃথক কথা।'
  • 'কিন্তু মই বিশ্বাস কৰো যে দেশৰ জনতা এতিয়া শান্তিত আছে।'
  • উল্লেখ্য যে, হায়দৰাবাদৰ চিকিৎসক যুৱতীক বলাৎকাৰ আৰু হত্যা কৰা ৪ অভিযুক্তৰ শুকুৰবাৰে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু ঘটে।'
  • এই এনকাউন্টাৰৰ পাছতে দেশজুৰি আনন্দৰ বন্যা নমা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in