শেহতীয়া খবৰ
মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...  •  নাৰায়ণপুৰৰ ধলপুৰত কোৰোনাত আক্ৰান্ত ২ আৰক্ষী জোৱান…  •  বাক্সাৰ শালবাৰীত মৃতদেহ উদ্ধাৰ...  •  হাটশিঙিমাৰীত কংগ্ৰেছৰ প্ৰতাৰণা দিৱস...  •  কলং নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ...  •  আফগানিস্তানত জেল ভাঙি পলাল ৭৫ কয়দী, কিন্তু কেনেকৈ...  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত বানৰ তাণ্ডৱ! নদীৰ বুকুত জাহ গ’ল বিএছএফ কেম্প-হাস্পতাল-বিদ্যালয়...  •  ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলতৰ হাতত ৰাখী বান্ধিলে মহিলা বিধায়কসকলে...  •  বিশ্বনাথত প্রথমজন কোৰোনাত আক্ৰান্ত ৰোগীৰ মৃত্যু...  •  জিম হাউচ আৰু যোগ চেন্টাৰ সমূহলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা...

পাঁচ আগষ্ট ভাৰতৰ ইতিহাসত এটা বিশেষ দিন…

616

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ দুটা দিন। পাঁচ আগষ্ট তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰত হ’ব ভূমি পূজন। য’ত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূমি পূজনকলৈ ইতিমধ্যে ৰাম মন্দিৰৰ সকলোবোৰ প্ৰস্তুতি প্ৰায় সমাপ্ত কৰিছে আয়োজক সমিতিয়ে।

পাঁচ আগষ্ট তাৰিখটো ভাৰতৰত ইতিহাসত এটা বিশেষ দিন হিচাপে পৰিগণিত হ’ব বুলি মন্তব্য কৰিছে বিভিন্ন মহলে। সমান্তৰালকৈ ৰাম মন্দিৰ ভূমি পূজনৰ বাবে বিভিন্ন আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে ৰাম জন্মভূমি। ঠায়ে ঠায়ে চাকি বন্তি জ্বলোৱা হৈছে আৰু সজাই তোলা হৈছে প্ৰতিটো ঘাট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি