তিনি মাহৰ ভিতৰত অযোধ্যাত নিৰ্মাণ হ’ব গগণচুম্বী ৰাম মন্দিৰঃ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ…

তিনি মাহৰ ভিতৰত অযোধ্যাত নিৰ্মাণ হ’ব গগণচুম্বী ৰাম মন্দিৰঃ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ…
  • তিনি মাহৰ ভিতৰত অযোধ্যাত নিৰ্মাণ হ'ব ৰাম মন্দিৰ।
  • মঙলবাৰে এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।
  • অযোধ্যাত অনুষ্ঠিত এক জনসভাত এই ঘোষণা গৃহমন্ত্ৰীগৰাকীৰ।
  • জনসভাত ৰাম মন্দিৰ নিৰ্মাণক লৈও কংগ্ৰেছক আক্ৰমণ অমিত শ্বাহৰ।
  • 'যেতিয়ালৈকে কংগ্ৰেছ ক্ষমতাত আছিল, তেতিয়ালৈকে তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ হ'বলৈ দিয়া নাছিল।'
  • 'কিন্তু এতিয়া গগণচুম্বী ৰাম মন্দিৰ নিৰ্মাণ কৰিব আমাৰ চৰকাৰে।'
  • '৩ মাহৰ ভিতৰত অযোধ্যাত নিৰ্মাণ কৰা হ'ব ৰাম মন্দিৰ।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in