বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আগবঢ়োৱা ৯ শিলাখণ্ডক পূজা কৰিলে প্ৰধানমন্ত্ৰীয়ে…

বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আগবঢ়োৱা ৯ শিলাখণ্ডক পূজা কৰিলে প্ৰধানমন্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ অযোধ্যাত সমাপন হ'ল ৰাম মন্দিৰৰ ভূমি পূজন কাৰ্যসূচী। বুধবাৰে পূৰ্বনিৰ্ধাৰিত সময়সূচী মতেই ভূমি পূজন কাৰ্য সম্পন্ন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভূমি পূজনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাম ভক্তসকলে আগবঢ়োৱা ৯টা বিশেষ শিলাখণ্ডক পূজা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই শিলাখণ্ড সমূহ ১৯৮৯ চনত আগবঢ়াইছিল ভক্তসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in