অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কমিটীৰ পৰা পদত্যাগ কৰা সভাপতিয়ে পুনৰ বিবেচনা কৰকঃ ৰাম মাধৱ

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কমিটীৰ পৰা পদত্যাগ কৰা সভাপতিয়ে পুনৰ বিবেচনা কৰকঃ ৰাম মাধৱ

  • বিজেপি ৰাজ্যিক কাৰ্যালয়ত ৰাম মাধৱৰ সংবাদমেল ।
  • 'বিজেপি চৰকাৰে এন আৰ চি উন্নীতকৰণৰ বাবে উচিত পদক্ষেপ লৈছে।'
  • 'অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ব্যৱস্থা লৈছে চৰকাৰে।'
  • 'অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কমিটীৰ পৰা পদত্যাগ কৰা সভাপতিক পুনৰ বিবেচনাৰ আহ্বান।'
  • 'বৰ্তমানলৈ ১২৯খন আঁচনি প্ৰৱৰ্তন কৰিছে মোদী চৰকাৰে।'
  • 'দুখীয়া উচ্চবৰ্ণৰ বাবে ১০% সংৰক্ষণ বৃহৎ পদক্ষেপ হাতত লৈছে।'
  • '২২–২৩ কোটি লোক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পৰা উপকৃত হৈছে।'
  • মোদী চৰকাৰৰ সৰ্ববৃহৎ সফলতা দুৰ্নীতিমুক্ত চৰকাৰ বুলিও সংবাদমেলত ৰাম মাধৱৰ মন্তব্য।
  • 'মহাগোটবন্ধনৰ নামতো বেয়াকৈ ব্যৰ্থ বিৰোধী। কোনো ভিজন নোহোৱাকৈ আগবাঢ়িছে বিৰোধী।'
  • 'পুনৰ এন ডি এৰ নেতৃত্বত দিল্লীত শক্তিশালী চৰকাৰ হ'ব বুলিও মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে।'
  • 'উত্তৰ–পূবৰ প্ৰায় সকলো ৰাজ্যতে আমাৰ চৰকাৰ আছে।'
  • 'আমাক বিশ্বাস কৰিয়ে জনতাই চৰকাৰ বনাইছে।'
  • 'জনতাৰ আশা–বিশ্বাস কেতিয়াও অথলে যাবলৈ নিদিওঁ।'
  • 'ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেলত এই মন্তব্য ৰাম মাধৱৰ।'
  • 'অসম, উত্তৰ–পূবৰ জনতাৰ প্ৰতি আমি দায়বদ্ধ'
  • 'ৰাম মাধৱে কয় – ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অপপ্ৰচাৰ চলাই থকা হৈছে।'
  • 'ইয়াৰ দ্বাৰা ইতিমধ্যেই অসমত থকা পাহাৰীয়া আৰু ভৈয়াম জনজাতিৰ কোনো ক্ষতি নহয়।'
  • 'নতুনকৈ জনজাতি পাবলগীয়াসকল হ'ব তৃতীয় প্ৰকাৰৰ।'
  • 'নিৰ্বাচনৰ পূৰ্বে আমি জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিলো আৰু সেই প্ৰতিশ্ৰুতি পালন কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in