শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...

ৰামগোপাল বাৰ্মাৰ নতুন ছবি 12 O’Clock, মুখ্য চৰিত্ৰত মিথুন চক্ৰৱৰ্তী…

219

ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰসিদ্ধ ডাইৰেক্টৰ ৰামগোপাল বাৰ্মাই এখন হৰৰ চিনেমা দৰ্শকৰ মাজলৈ লৈ অনাৰ কথা। এই চিনেমাখনৰ নাম ১২ অ’ ক্লক। ৰামগোপাল বাৰ্মাই এই চিনেমাখনৰ টেইলৰ বুধবাৰে মুক্তি দিছে। এই ছবিখনত মিথুন চক্ৰৱৰ্তী আছে মুখ্য চৰিত্ৰত।

তেওঁৰ বাহিৰেও এই ছবি খনত অভিনয় কৰিছে মকৰন্দ দেশপাণ্ডে, দিব্যা জগদালে, মানৱ কোলকে ধৰি বহুকেইজনে।চিনেমাখনৰ টেইলৰ দেখি এনে লাগিছে যে এই ছবিখনত বহু ভয়ানক দৃশ্য সংযোজন কৰা হৈছে। পোষ্টাৰ খনত মিথুন চক্ৰৱৰ্তীৰ লগতে আন অভিনয় শিল্পী সকলকো দেখিবলৈ পোৱা গৈছে। চিনেমাখনে জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি