শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

ৰাকুলপ্ৰীত সিং আৰু সিমোন খাম্বাটাক সোধ পোছৰ বাবে তলব এনচিবিৰ…

269

ডিজিটেল ডেস্ক : বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সৈতে সম্পৰ্কিত ড্ৰাগছৰ গোচৰত জালত পৰিব পাৰে তাৰকা । ড্ৰাগছৰ গোচৰত জেলত বন্ধ হৈ থকা ৰিয়া চক্ৰবৰ্তীয়ে আৰক্ষীৰ জেৰাত অভিনেত্ৰী ৰাকুলপ্ৰীত সিং,চাৰা আলী খান আৰু শ্ৰদ্ধা আলী খানৰ নাম কৈছিল।

ৰিয়াৰ ভাষ্যক ভিত্তি কৰি এনচিবিযে ৰাকুলপ্ৰীত সিং আৰু ফেশ্বন ডিজাইনাৰ সিমোন খাম্বাটাক সোধ পোচৰ বাবে তলব কৰে ।দুযোকে ড্ৰাগছ গোচৰৰ সংযোগ সম্পৰ্কে সোধ পোচ কৰা হ’ব । আগন্তুক দিনত দিপিকা পাডুকন,শ্ৰদ্ধা কাপুৰ আৰু চাৰা আলী খানকো সোধ পোচ কৰাৰ সম্ভাবনা ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি