ক্ৰিকেটাৰ ৰাকেশ পানৱাৰক হত্যা অচিনাকী দুৰ্বৃত্তৰ

ক্ৰিকেটাৰ ৰাকেশ পানৱাৰক হত্যা অচিনাকী দুৰ্বৃত্তৰ
  • মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • এজন ক্ৰিকেটাৰক হত্যা অচিনাকী দুৰ্বৃত্তৰ।
  • ক্ৰিকেটাৰজনৰ নাম ৰাকেশ পানৱাৰ।
  • ৩ দুৰ্বৃত্তই হত্যা কৰে ৰাকেশক।
  • মুম্বাইৰ ভান্দুপত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in