এই বিধেয়কৰ বাবে কোনো ভাৰতীয় মুছলমান শংকিত হ’ব নালাগেঃ অমিত শ্বাহ…

এই বিধেয়কৰ বাবে কোনো ভাৰতীয় মুছলমান শংকিত হ’ব নালাগেঃ অমিত শ্বাহ…
  • নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হ'ল ৰাজ্যসভাত।
  • বিধেয়কখন উত্থাপন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়-
  • বিধেয়ক সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা হৈছে।
  • ভাৰতৰ মুছলমান সকল ভাৰতৰে নাগৰিক হয় আৰু হৈ থাকিব।
  • এই বিলখন কেনেকৈ ভাৰতীয় মুছলমানৰ সৈতে জড়িত?
  • এই বিধেয়কখনৰ পৰা ভাৰতৰ মুছলমান নাগৰিকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in