দিল্লীৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি উত্তাল সদন, স্থগিত লোকসভা-ৰাজ্যসভাৰ কামকাজ…

দিল্লীৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি উত্তাল সদন, স্থগিত লোকসভা-ৰাজ্যসভাৰ কামকাজ…
  • দিল্লীৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি উত্তাল লোকসভা আৰু ৰাজ্যসভাৰ মজিয়া।
  • বৃহস্পতিবাৰৰ পুৱা ১১ বজা লৈকে স্থগিত কৰা হৈছে ৰাজ্যসভাৰ কামকাজ।
  • বুধবাৰে দুপৰীয়া ১২ বজা লৈকে স্থগিত কৰা হৈছে লোকসভা।
  • ৰাজ্যসভা আৰু লোকসভাত বিৰোধী সাংসদ সকলে দিল্লীৰ হিংসাত্মক ঘটনাৰ প্ৰসংগত আলোচনাৰ দাবী কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
  • তাৰ পিছতে স্থগিত ৰাখিবলগীয়া হয় সদনৰ কামকাজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in